এইটো সত্য যে Single জীৱন বিন্দাস জীৱন । আগতে Girlfriend Boyfriend কথা মানুহে ইমান গম পোৱা নাছিল।কিন্তু আজিকালি ওচৰৰ এজন নাইবা আন এজন আপোনাৰ বন্ধু বা কোনো সম্পৰ্কীয় চিনাকি সকলোৱে Relationship থকা দেখা যায়।
আজি কালি Relationship সামান্য কথা হৈ পৰিছে।কিন্তু single থকাটো আৰু শুভাগ্য জনক হৈ পৰিছে।
আপুনি লৰা হৈ বা ছোৱালী, আজি কালি Relationship য়ে এনেকুৱা পৰিবেশৰ সৃষ্টি কৰিছে যে আপুনি Single থাকিলেও আনজনে বিশ্বাস কৰিব টান পাই। আকৌ single আছে বুলি যদি বিশ্বাস কৰিও লৈ তেনেহলে আপোনাক Relationship ৰ ভাল কথা বোৰ কৈ আমনি দি থাকিব। আৰু আপোনাক ভাবিব বাধ্য কৰি দিব যে Relationship সঁচাকৈ ইমান ভাল নে?
কিন্তু যদি আপুনি Single তেন্তে সঁচাকৈ ভাবিব পাৰে যে আপোনাৰ জীৱনত কৰিব লগীয়া কিমান ভাল কাম আছে।
1. নিজৰ মন পছন্দৰ কাম কৰিব পাৰে। নিজৰ ভাল লগা কাম বোৰ কৰি আপুনি জীৱনৰ বাবে ধেৰ অভিজ্ঞতা অৰ্জন কৰিব পাৰিব। এই কাম যিকোনো হব পাৰে। যত আপোনাক কোনো ৰখাবও নোৱাৰে।

2. সকলোৰে লগত বন্ধুত্ব। আপুনি জাৰ লগত মন কথা পাতিব পাৰিব ঘুৰিব ফুৰিব পাৰিব । কোনো কোৱা মানুহ নাথাকে।
3. . 24 ঘণ্টা আপোনাৰ । আপুনি যি মন কৰিব পাৰে।
4. ঘৰৰ মানুহক সময় দিব পাৰিব। বন্ধুক সময় দিব পাৰিব।
5. নিজৰ জীৱনৰ সপোন সমূহ পূৰণ কৰিব পাৰিব।
6. কেৰিয়াৰৰ প্ৰতি মনোযোগ দিব পাৰিব।আপোনাৰ ওচৰত ঢেৰ সময় থাকিব কি ভাল চিন্তা কৰিবলৈ।
বন্ধু সকলক আৰু বহুতো কথা আছে Single জীৱনৰ আপুনি যদি Single নিজেই অনুভৱ কৰিব পাৰিব।
এইটো নহয় যে Single Life ভাল Relationship life বেয়া দুয়োটা নিজৰ ক্ষেত্ৰত ভাল। জীৱনৰ এটা পক্ষ অন্য এটা পক্ষত কৈ বেলেগ অভিজ্ঞতা দিয়ে সেয়েহে single হিচাপে Single জীৱন ভাল। আপোনাৰ অনুভৱ কি Comment Box ত জনাব।

2 Comments
Monr Kotha Kola
ReplyDeleteসচাই হৃদয় জোৰা কথা কলে
ReplyDelete